Learn English through Assamese

HOME ANGAMI ANGIKA ASSAMESE AWADHI BAGELKHANDI BAJJIKA BANJARI BENGALI BHILI BHOJPURI BISHNUPRIYA BODO BRAJ BHASHA BUNDELKHANDI CHHATTISGARHI DOGRI GUJARATI GURJARI HARYANVI HINDI JAINTIA KANGRI KANNADA KASHMIRI KHASI KUMAONI MAITHILI MALAYALAM MANIPURI MARATHI MARWADI MIZO NAGAMESE NEPALI ODIA PUNJABI RAJASTHANI SINDHI SINHALA TAMIL TELUGU TULU URDU

 

মই

I

সি

He

তাই

She

তই / তুমি / আপুনি

You

এইটো

It

এইটো

This

সেইটো

That

এটা

A

আহ / আহাঁ / আহক

Come(You come)

আহিছিলো (I came), আহিলে (he/ they came)

Came

আহিম (I will come)/ আহিব (he, they will come)

Will come

খোল / খোলা / খোলক

Open

খুলিলো (I opened), খুলিলে (he/they opened)

Opened

খুলিব

Will open

বহ / বহা / বহক

Sit

খা / খোৱা / খাওক

Eat

খা / খোৱা / খাওক

Drink

জিকা

Win

যা / যোৱা / যাওক

Go

দৌৰ / দৌৰা / দৌৰক

Run

সি আপেল খাই আছে।

He is eating an apple.

সি আপেল খালে।

He ate an apple.

মই যোৱা সপ্তাহত ফিল্মখন চালোঁ

I saw the film last week.

তাই যোৱাকালি বাছেৰে আহিলে।

She came by bus yesterday.

তেওঁলোক মছজিদলৈ গৈছিলে।

They went to the mosque.

সি গোটেই ৰাতিটো শুলে।

He slept the whole night.

সি পৰীক্ষা ভালকে দিছে।

He wrote well in the examination.

সি খাইছে

He has eaten.

সি খাইছিলে।

He had eaten.

সি গৈছিলে।

He had gone.

সি আহিছিলে।

He had come.

সি খাব।

He will eat.

সি যাব।

He will go.

সি আহিব।

He will come.

তোমাৰ নাম কি?

What is your name?

কি

What

তোমাৰ

Your

নাম

Name

তুমি কি কৰিলা?

What did you do?

মই কি কৰিব লাগে?

What should I do?

মই কি কৰিব পাৰোঁ?

What can I do?

প্ৰশ্নকেইটা কি?

What are the questions?

প্ৰশ্নকেইটা কি আছিলে?

What were the questions?

চিঠিখনত কি লিখা আছে?

What is written in the letter?

তোমাক কি কোৱা হৈছে?

What were you told?

উত্তৰটো কি হ’ব?

What will be the answer?

তুমি কিয় আহিলা?

Why did you come?

তুমি কিয় শুলা?

Why did you sleep?

তুমি তাক কিয় যাবলৈ ক’লা?

Why did you tell him to go?

সি বেগটো কিয় আনিছিলে?

Why did he bring the bag?

তাই পইচা কিয় দিছিলে?

Why did she pay the money?

সিহঁতে/তেওঁলোকে তাত কিয় বহিছিলে?

Why did they sit there?

তুমি গাড়ী কিয় চলোৱা?

Why do you drive the car?

সিহঁতে/তেওঁলোকে সমাৱেশৰ বাবে কিয় দেৰিকৈ আহিছে?

Why are they late for the meeting?

তুমি কেনেকৈ আহিলা?

How did you come?

তুমি কেনেকৈ শুলা?

How did you sleep?

তুমি কেনেকৈ চলালা?

How did you drive?

তুমি কেনেকৈ লিখিলা?

How did you write?

মোৰ হাতত কেইটা আপেল আছে?

How many apples are there in my hand?

তুমি কেইটা ল’লা?

How many did you take?

সি/তেওঁ তোমাক কিমান দিলে?

How much did he pay you?

আৰু কিমান দূৰ যাবলৈ আছে?

How much distance to go?

যোৱাকালিৰ যাত্ৰা কেনে গ’ল?

How was the journey yesterday?

তুমি কোন ৰাস্তাদি আহিছা?

Which way did you come?

তোমাৰ প্ৰিয় ৰং কি?

Which is your favourite colour?

তুমি কোনটো ৰুমত শুলা?

In which room did you sleep?

তুমি কোনটো সাধু শুনালা?

Which story did you tell?

কোনটো ফল আটাইতকৈ বেছি মিঠা?

Which is the sweetest fruit?

কোনখন হিন্দী বাতৰিকাকত আটাইতকৈ বেছি ভাল?

Which is the best newspaper in Hindi?

ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ বেছি?

Which Indian state has the largest population?

তুমি ক’ৰ পৰা আহিছা?

Where did you come from?

তুমি ক’ত শুলা?

Where did you sleep?

মই ক’ত যাব লাগে?

Where should I go?

মই কাক যোগাযোগ কৰিব লাগে?

Whom should I contact?

এইখন কিতাপ নে?

Is it a book?

এইখন কিতাপ হয়

It is a book

এইটো উত্তৰ নেকি?

Is it the answer?

এইটো উত্তৰ হয়

It is the answer

তুমি মোৰ লগত আহিবা নে?

Will you come with me?

মই তোমাৰ লগত যাম

I shall come with you.

তুমি মোক তোমাৰ কলমটো দিব পাৰিবা নে?

Can you give me your pen?

অ’ নিশ্চয়।

Yes, of course.

তুমি মোক ভাল পোৱা নে?

Do you love me?

অ’ মই তোমাক ভাল পাওঁ।

Yes, I love you.

তুমি বাকচটো উঠাব পাৰিবা নে?

Can you lift the box?

তুমি পৰীক্ষাত লিখিব পাৰিবা নে?

Can you write the exam?

তুমি দুপৰীয়া আহাৰ খালা নে?

Did you have lunch?

তুমি কেনে আছা?

How are you?

মই ভালে আছোঁ।

I am fine.

 

HOME ANGAMI ANGIKA ASSAMESE AWADHI BAGELKHANDI BAJJIKA BANJARI BENGALI BHILI BHOJPURI BISHNUPRIYA BODO BRAJ BHASHA BUNDELKHANDI CHHATTISGARHI DOGRI GUJARATI GURJARI HARYANVI HINDI JAINTIA KANGRI KANNADA KASHMIRI KHASI KUMAONI MAITHILI MALAYALAM MANIPURI MARATHI MARWADI MIZO NAGAMESE NEPALI ODIA PUNJABI RAJASTHANI SINDHI SINHALA TAMIL TELUGU TULU URDU